Skip to content

সম্রাট অশোকঃ এক বিস্ময়কৰ জীৱনৰ শিলালিপি

Rated 0 out of 5
(be the first to review)

300.00

মানৱ সভ্যতাৰ ইতিহাসত সম্রাট অশোক একক আৰু অনন্য|নিজে বৌদ্ধ ধর্মৰ উপাসক আৰু প্রচাৰক হৈও তেওঁ ৰজা ৰূপে প্রজাৰ আন ধর্মক সন্মান কৰিছিল|

SKU: JGAshok Category:

Description

মানৱ সভ্যতাৰ ইতিহাসত সম্রাট অশোক একক আৰু অনন্য|নিজে বৌদ্ধ ধর্মৰ উপাসক আৰু প্রচাৰক হৈও তেওঁ ৰজা ৰূপে প্রজাৰ আন ধর্মক সন্মান কৰিছিল|`আনৰ ধর্মক হেয় নকৰিবা` – এই কথা তেওঁ বাৰে বাৰে কৈছিল, শিলত খোদিত কৰিছিল| যুদ্ধই মানৱ সমাজৰ ভীষণ ক্ষতি কৰে বুলি হোৱা উপলব্ধিক তেওঁ হৃদয়ে-হৃদয়ে বিলাই দিছিল|ৰৈ যোৱা শিলালিপিবোৰ আজিও তেওঁৰ মহানুভৱতাৰ সাক্ষী|এইজন মহান সম্রাট অশোকৰ বিস্ময়কৰ জীৱন পৰিক্রমাকেই উপস্থাপন কৰা হৈছে|

Reviews

There are no reviews yet.

Leave a customer review

Your email address will not be published. Required fields are marked *

Back To Top