এলবার্ট আইনষ্টাইনঃ এক মনীষীৰ মহাজীৱন
120.00
কুৰি শতিকাৰ শ্রেষ্ঠতম মনীষী, বিঞ্জানী-দার্শনিক এলবার্ট আইনষ্টাইন|তেওঁৰ ব্যক্তিগত জীৱনৰ কঠিন সংগ্রাম, দুখ-দুর্দশা, বিচ্ছেদ, প্রেম-প্রীতি, ৰোমাঞ্চ, উত্সর্গিত সাধনাৰপৰা বিশ্বব্যাপ্ত মহত্ত্বম জীৱনমুখী কর্মময় জীৱনধাৰালৈ যি এক বিচিত্র গতি, সেয়া চুই যোৱাৰ প্রয়াস কৰা হৈছে এই গ্রন্থত|
Description
কুৰি শতিকাৰ শ্রেষ্ঠতম মনীষী, বিঞ্জানী-দার্শনিক এলবার্ট আইনষ্টাইন|তেওঁৰ ব্যক্তিগত জীৱনৰ কঠিন সংগ্রাম, দুখ-দুর্দশা, বিচ্ছেদ, প্রেম-প্রীতি, ৰোমাঞ্চ, উত্সর্গিত সাধনাৰপৰা বিশ্বব্যাপ্ত মহত্ত্বম জীৱনমুখী কর্মময় জীৱনধাৰালৈ যি এক বিচিত্র গতি, সেয়া চুই যোৱাৰ প্রয়াস কৰা হৈছে এই গ্রন্থত|মানৱ সভ্যতাৰ ইতিহাস ধন্য কৰা এই বিস্ময়কৰ প্রতিভাধৰজনৰ এয়া এক অতি সংক্ষিপ্ত জীৱনগাথা|ইয়াত বিজ্ঞানৰ জটিল বিষয়বোৰৰ বিশদ ব্যাখ্যা নাই, বৰং আছে এক ৰহস্যময় সৰল জীৱনৰ কেতবোৰ জানিবলগীয়া তথ্য|
Reviews
There are no reviews yet.