Skip to content

এবুকু উশাহ

Rated 0 out of 5
(be the first to review)

100.00

`এই শাস্ত্রতেইতো কুন্তী আৰু দ্রৌপদীৰ চৰিত্র আছে|… আৰু ৰাধা-কৃষ্ণ? ৰাধাৰ স্বামী আছিল আয়ান|ৰাধা-কৃষ্ণৰ প্রেম-গাথা অমৰ হৈ ৰ`ল|

Category:

Description

`এই শাস্ত্রতেইতো কুন্তী আৰু দ্রৌপদীৰ চৰিত্র আছে|… আৰু ৰাধা-কৃষ্ণ? ৰাধাৰ স্বামী আছিল আয়ান|ৰাধা-কৃষ্ণৰ প্রেম-গাথা অমৰ হৈ ৰ`ল| কৃষ্ণৰ জীৱনলৈ ৰাধাও আহিছিল, ৰুক্মিণীও আহিছিল| কৃষ্ণই আয়ানৰ সংসাৰ ভঙা নাছিল, ৰাধায়ো অতীত কঢ়িয়াই নি ৰুক্মিণীৰ সংসাৰ ধ্বংস কৰা নাছিল|` তেন্তে প্রেমৰ লক্ষ্য কি ? `এবুকু উশাহ` জীৱনৰ জীয়া-সাঁথৰেৰে ভৰা এখন ভাব-উদ্দীপক উপন্যাস|

Reviews

There are no reviews yet.

Leave a customer review

Your email address will not be published. Required fields are marked *

Back To Top