Skip to content

নেদেখা ছবিৰ ছাঁ

Rated 0 out of 5
(be the first to review)

80.00

স্বপ্নৰে আমি জীৱন আৰম্ভ কৰো| শেষ কৰিব খোজো স্মৃতিৰে| কিন্তু নহয়, শেষ কৰিব খোজাটো জীৱন নহয়| বাৰে বাৰে আৰম্ভ কৰাটোৱেই জীৱন|

Category:

Description

“…স্বপ্নৰে আমি জীৱন আৰম্ভ কৰো| শেষ কৰিব খোজো স্মৃতিৰে| কিন্তু নহয়, শেষ কৰিব খোজাটো জীৱন নহয়| বাৰে বাৰে আৰম্ভ কৰাটোৱেই জীৱন| আধৰুৱা হ`ব, কিন্তু শেষ নহয়| প্রতিটো মুহূর্তই নতুন| সীমাহীন কৌতূহলেৰে এই নতুনত্বক আদৰি আমি গৈ থাকিব লাগিব| গৈ থাকিব লাগিব আমাৰ বুকুৰ গুপ্তসত্যৰ শিখাৰে মুহূর্তবোৰক জ্বলাই জ্বলাই জুয়ে পোৰা সোণ কৰি|…”

বিচিত্র অনুভৱ-অভিজ্ঞতাৰ জীৱন্ত বর্ণনাৰে এখন মননশীল উপন্যাস|

Reviews

There are no reviews yet.

Leave a customer review

Your email address will not be published. Required fields are marked *

Back To Top