খিৰিকীমুখৰ ছবি
150.00
কোনোদিনেই কাকো ক`ব নোৱৰা বহু কথা পাৰ হৈ আহে এখন খিৰিকীৰে| জীৱনৰ উম, দেহৰ সত্য| এখন গোপন পৃথিৱীৰ মুক্ত বতাহ…|
Description
কোনোদিনেই কাকো ক`ব নোৱৰা বহু কথা পাৰ হৈ আহে এখন খিৰিকীৰে| জীৱনৰ উম, দেহৰ সত্য| এখন গোপন পৃথিৱীৰ মুক্ত বতাহ…| বিচিত্র অনুভৱেৰে ভৰা এখন উপন্যাস| বিভিন্ন চৰিত্রৰ সমাৱেশ ঘটা উপন্যাসখনিত লিখকে অবুজ প্রেমৰ এক ভিন্নৰঙী পৃথিৱীৰ ছবি অংকন কৰিছে| চৰিত্রসমূহৰ মাজত আঁত আছে যদিও প্রতিটো খণ্ডই এটা স্বয়ং সম্পূর্ণ কাহিনী| চিৰন্তন প্রেমৰ স্বকীয় ৰূপ আৰূ মানৱীয় প্রমূল্যবোধৰ দিশো উপন্যাসখনিত উদ্ভাসিত হৈছে|
Reviews
There are no reviews yet.