নদীৰ সিপাৰে নীলাভ
200.00
এয়া কেৱল এটা উগ্রপন্থী সংগঠন, এখন দেশ বা এটা জাতিৰ কাহিনী নহয়| ভূগোলৰ সীমাই সীমাই জীৱনৰ হাহাকাৰ, মৃত্যু উপত্যাকা|
Description
এয়া কেৱল এটা উগ্রপন্থী সংগঠন, এখন দেশ বা এটা জাতিৰ কাহিনী নহয়| ভূগোলৰ সীমাই সীমাই জীৱনৰ হাহাকাৰ, মৃত্যু উপত্যাকা| বুৰঞ্জীৰ পৃষ্ঠাত দুঃসময়ৰ নিষ্ঠুৰ গাঁথা| বুলেট-বাৰুদৰ শিহৰণত এচামে ঢাপলি মেলে অজ্ঞাতবাসলৈ| পৰিণতি? সেয়াও হয় এক ইতিহাস| `নদীৰ সিপাৰে নীলাভ` তেজ আৰু চকুলোৰে অঁকা এখন কৰুণ ছবি, বাস্তৱ পটভূমিত লিখা এখন কাল্পনিক উপন্যাস|
Reviews
There are no reviews yet.