উত্তাপ
120.00
সার্থক জীৱনৰ সঞ্জীৱনী মাথোঁ ভালপোৱাৰ অকণমান উত্তাপ, যি প্রাণ-প্রকৃতি সকলোতে ব্যাপ্ত| অসীমৰপৰা অসীমলৈ, গভীৰৰপৰা গভীৰলৈ… মানুহৰ সম্পর্ক কোনো সংজ্ঞাত সীমিত নে?
Description
সার্থক জীৱনৰ সঞ্জীৱনী মাথোঁ ভালপোৱাৰ অকণমান উত্তাপ, যি প্রাণ-প্রকৃতি সকলোতে ব্যাপ্ত| অসীমৰপৰা অসীমলৈ, গভীৰৰপৰা গভীৰলৈ… মানুহৰ সম্পর্ক কোনো সংজ্ঞাত সীমিত নে? প্রচলিত নীতি-নিয়ম, তত্ত্বেৰে জীৱনৰ গভীৰ ৰহস্যবোৰক ব্যাখ্যা কৰা সম্ভৱ নে? জীৱনৰ স্থানাংক জ্যামিতিত তিনিডাল অক্ষ-সত্য, সময় আৰু শৰীৰ, য`ত প্রতি বিন্দুৱে বিচাৰে ভালপোৱাৰ উত্তাপ| `উত্তাপ-সাঁথৰ ভৰা এখন ৰোমাঞ্চকৰ উপন্যাস|
Reviews
There are no reviews yet.