সেইদিনাও অশান্ত তৰা
60.00
নদীৰ চকুপানীয়ে বিহবল কৰা বালিচৰত শিবিৰ পাতে মোৰ কবিতাই।
মই জানো, ব্যাকৰণে বান্ধি দিয়া সীমাত বন্দী নহয় ভাষাৰ কালিকা, কাৰণ অভিধানৰ অৰ্থক দলিয়াই দিও শব্দবোৰে গভীৰ সুষমাৰে নিৰ্মাণ কৰে আত্মাৰ পৃথিৱী, য’ত অৰণ্য কঁপি থাকে জিলিৰ সমালয়ত।
Reviews
There are no reviews yet.