Skip to content

পৃথিৱীৰ কবি নৱকান্ত – বোধিদ্ৰুমৰ ছাঁত

Rated 0 out of 5
(be the first to review)

100.00

পৃথিৱীৰ কবি নৱকান্ত – বোধিদ্ৰুমৰ ছাঁত

কবি নৱকান্ত বৰুৱাৰ অধ্যয়ন-বিস্তৃতি, সুগভীৰ জীৱনবোধ, বিশাল প্ৰজ্ঞা, বৌদ্ধিক বিচক্ষণতা, জীৱন-দৰ্শনৰ উচ্চতা – সকলো ফালৰ পৰাই তেওঁৰ সমসাময়িক অনেক কবি-সাহিত্যিকেও তেওঁক বুজি পোৱা নাছিল। এই গ্ৰন্থত মূলতঃ তেওঁৰ গান-কবিতাৰ আলোচনা আৰু সংক্ষিপ্ত জীৱনী নিবেদন কৰা হৈছে। সকলোধৰণৰ সংকীৰ্ণতা আৰু স্থূলতাৰ পৰা দূৰত থকা তেওঁ যথাৰ্থতেই এজন পৃথিৱীৰ কবি৷ এই গ্ৰন্থৰে এজন অনুৰাগীয়ে মাথোঁ তেওঁক চুব খুজিছে। বুজিবলৈ চেষ্টা কৰিছে তেওঁৰ জীৱন-জিজ্ঞাসাক ।

Description

Reviews

There are no reviews yet.

Leave a customer review

Your email address will not be published. Required fields are marked *

Back To Top